মুছলিম বিবাহ-তালাক আইন বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ - MUSLIM MARRIAGE AND DIVORCE ACT - MUSLIM MARRIAGE AND DIVORCE ACT

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : July 29, 2024 at 9:33 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, ২৯ জুলাই: অসম চৰকাৰে মুছলিম সমাজত অব্যাহত থকা তালাক বাতিলৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে মৰিগাঁৱৰ মুছলিম সমাজৰ একাংশ লোকে ৷ এই সন্দৰ্ভত সোমবাৰে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে এইসকল লোকে ৷ তালাক সমৰ্থন কৰা এইসকল লোকৰ যুক্তি, "এয়া মুছলিম শ্বৰিয়তৰ মতে নহয় ।"

তালাকৰ নামত মুছলিম নাৰী নিৰ্যাতনৰ বন্ধ কৰাৰ বাবে যিখিনি সময়ত দেশৰ লাখ লাখ মুছলমান সম্প্ৰদায়ৰ মহিলাই চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে, তেনে সময়তেই মৰিগাঁও জিলাৰ একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে ইয়াৰ বিৰোধিতা কৰিছে । তেওঁলোকৰ মতে, ১৯৩৫ চনৰ মুছলিম বিবাহ আৰু তালাকৰ আইনখন বাতিল কৰিলে বিশেষ বিবাহ আইনত মুছলিম বিবাহ আৰু তালাক শ্বৰিয়তৰ মতে নহ'ব ।

লগতে পঢ়ক: মুছলিম বিবাহ আৰু বিচ্ছেদ আইন খাৰিজৰ ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details