ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত ২ ঘন্টা আবদ্ধ জাহাজ - Ship stranded in Brahmaputra - SHIP STRANDED IN BRAHMAPUTRA

🎬 Watch Now: Feature Video

thumbnail
http://10.10.50.80:6060///finalout3/assam-nle/finalout/02-July-2024/21851132_kjjj_aspera.mp4 (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 2, 2024 at 6:24 PM IST

1 Min Read
Choose ETV Bharat

ধুবুৰী, ২জুলাই: ধুবুৰীত মঙলবাৰে ব্ৰহ্মপুত্ৰত অঘটন । প্ৰায় ২ ঘন্টা ধৰি নদীৰ মাজত আবদ্ধ হৈ থাকিল এম ভি লিঙ্গিৰি অসম ২৫০৬ নামৰ জাহাজখন । শতাধিক যাত্ৰী কঢ়িয়াই নিয়া এই জাহাজখন আজি পুৱা ৮ বজাত দক্ষিণ শালমাৰাৰ বুঢ়া-বুঢ়ী ঘাটৰ পৰা যাত্ৰা কৰিছিল ধুবুৰীলৈ । নদীৰ মাজত চৰত পানী কম থকা বাবে জাহাজখন মাটিত লাগি ধৰাত যাত্ৰীসকল আৱদ্ধ হৈ পৰে । যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত স্থানীয় নাৱেৰে উদ্ধাৰ কৰা হয় বহুতো যাত্ৰীক । একাংশ জাহাজখনতেই থাকে ।

অৱশেষত চালকে জাহাজখন দুপৰীয়া ১২.৩০ বজাত যাত্ৰীসহ উপস্থিত কৰাই ধুবুৰীত । একাংশ যাত্ৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে জাহাজখনৰ চালকৰ ভুলৰ বাবে সংঘটিত হৈছে এই ঘটনাটো । 

লগতে পঢ়ক:ইঞ্জিন বিকল : ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ফেৰী

মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন - MAJULI BOAT ACCIDENT

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details