শদিয়াত পুৱাই দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ - Bus accident in NH 115 of Sadiya - BUS ACCIDENT IN NH 115 OF SADIYA

🎬 Watch Now: Feature Video

thumbnail
শদিয়াত পুৱাই দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 11:21 AM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, 1 জুলাই: সোমবাৰৰ পুৱাই 115 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ তিনিচুকীয়া জিলাৰ শদিয়াৰ 115 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাৰ ঘটনাটো ৷ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ ৷ 

জানিব পৰা মতে, শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল AS-23 CC-1387 নম্বৰৰ প্ৰিয়াংশু নামৰ বাছখন ৷ তিনিচুকীয়া অভিমুখে আহি থকা অৱস্থাতে চপাখোৱা গাঁৱত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন ৷ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দাঁতিত থকা দ’ খাৱৈত বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাটোৰ ফলত বাছৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে অন্য কেইবাগৰাকীও যাত্ৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে উক্ত স্থানটোত পথ নিৰ্মাণত বিসংগতি থকাৰ বাবেই প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷

লগতে পঢ়ক: নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; আহত 12

ধুবুৰীত দ' খাৱৈত বাগৰিল তীব্ৰবেগী বাহন, কথমপি প্ৰাণৰক্ষা 4 জনৰ

জোনাইত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এগৰাকী কণমানি ছাত্ৰী - Road accident in Jonai

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details