একেটা মাহতে দ্বিতীয়টো বানত বুৰিল হোজাই - assam flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail
একেটা মাহতে দ্বিতীয়টো বানত বুৰিল হোজাই (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 18, 2024 at 10:18 AM IST

1 Min Read
Choose ETV Bharat

হোজাই, 18 জুন : ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ হোজাই জিলাত একেটা মাহৰ ভিতৰত দ্বিতীয়টো বানে জুৰুলা কৰিছে জনসাধাৰণক ৷ যোৱা দুদিনৰ পৰা বৰষুণ হৈ থকাৰ বাবে উমৰাংছুৰ খাণ্ডং জল বিদ্যুৎ প্ৰকল্পৰ 7 খন ছুইচ গেট আজিৰ পৰা খুলি দিয়াৰ ফলত হোজাই জিলাখনৰ মাজেৰে বৈ যোৱা কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে ৷ ইফালে ইয়াৰ পূৰ্বেই কপিলীয়ে কন্দুৱাইছিল নৈপৰীয়া লোকসকলক ৷

বৰ্তমানলৈকে বানৰ কবলত পৰিছে হোজাইৰ কোমোৰা কটা, ঠেপ্লাগুৰি, ৰাধানগৰ, মাটিখলা আদি গাঁও ৷ বানৰ ফলত হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী গড়কপ্তানি পথৰ ওপৰেৰে বাগৰিছে পানী । এতিয়া পথটোত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷

লগতে পঢ়ক : হাউলীত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন - Artificial Flood In Barpeta

ABOUT THE AUTHOR

...view details