জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি - পবা মৎহোসৱৰ দিন সলনি

🎬 Watch Now: Feature Video

thumbnail
দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : January 7, 2025 at 12:40 PM IST

1 Min Read
Choose ETV Bharat

জোনাই : জোনাইৰ লালী নদীৰ বালি চাপৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ১০, ১১ আৰু ১২ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা দ্বিতীয় পবা মহোৎসৱৰ দিন সলনি কৰা হৈছে ৷ অনিবাৰ্য কাৰণবশতঃ পূৰ্বে নিৰ্ধাৰিত দ্বিতীয় পবা মহোৎসৱৰ তাৰিখ ১০, ১১ আৰু ১২ জানুৱাৰীৰ পৰিৱৰ্তে আগন্তুক ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ৷ সংবাদ  মাধ্যমৰ আগত এই মন্তব্য কৰে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ৷

উল্লেখ্য যে জৈৱ বৈচিত্ৰৰ ভঁৰাল জোনাইৰ পবা অভয়াৰণ্যৰ লালী নদীৰ বালি চাপৰিত নৈসৰ্গিক সৌন্দৰ্যৰ মাজত আয়োজন কৰা হ’ব পবা মহোৎসৱ ৷ এই মহোৎসৱতে পৰিৱেশ সজাগতাৰ বাবে কেবাটাও আলোচনা চক্ৰ, জংগল ট্ৰেকিং, নৌকা বিহাৰ, পৰম্পৰাগত খেল-ধেমালি, বণ্যপ্ৰাণী ফটোগ্ৰাফী, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা-তৰ্ক প্ৰতিযোগিতা, চৰাই নিৰীক্ষণ, কেম্প চাইট, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ আদি নানা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ৷

লগতে পঢ়ক : লালী নদীৰ বালি চাপৰি সাজু হৈ উঠিছে পবা মহোৎসৱ আয়োজনৰ বাবে

লগতে পঢ়ক : অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী 'পবা'ৰ কথাৰে...

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details