চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Allegation Against Principal - ALLEGATION AGAINST PRINCIPAL

🎬 Watch Now: Feature Video

thumbnail
চিলাপথাৰ মহাবিদ্যালয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 10:33 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, ৩ আগষ্ট: ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে । জেনেৰেল কলেজ হিচাপে পৰিচিত চিলাপথাৰ মহাবিদ্যালয়ত ৪ বছৰ ৮ মাহ ধৰি অস্থায়ীভাৱে কাম কৰাৰ পিচতো অধ্যক্ষ ড৹ লক্ষ্মীনাথ পেগুৱে কোনো কাৰণ নদৰ্শোৱাকৈ নয়নমণি গগৈক হঠাতে কামৰ পৰা অব্যাহতি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

উত্থাপিত অভিযোগ মতে, অস্থায়ী চাফাইকৰ্মী নয়নমণি গগৈক অৱগত নকৰাকৈয়ে আন এজনক অস্থায়ীভাৱে নিযুক্তি দিছে অধ্যক্ষ ড৹ লক্ষ্মীনাথ পেগুৱে । উপায়হীন অস্থায়ী কৰ্মচাৰীগৰাকীয়ে ন্যায় বিচাৰি চিলাপথাৰ আৰক্ষী থানাত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছে । ইপিনে, নয়নমণি গগৈয়ে এই সন্দৰ্ভত কয়," ২০১৯ চনৰ পৰা মই মহাবিদ্যালয়ত কাম কৰি আছিলো । কিন্তু কোনো কাৰণ নোহোৱাকৈ মোক কামৰ পৰা অব্য়াহতি দিয়ে । "

লগতে পঢ়ক: চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাণ্ড: হাস্পতালত চটফটাইছে মহিলা কৰ্মচাৰীয়ে - Silapathar College Crime News

চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ওলাই আহিল জাতীয় মহিলা পৰিষদ - Protest against Principal

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details