অৰুণাচলৰ পৰা অহা বাহনৰ পৰা 50 লাখৰো অধিক নগদ ধন জব্দ - Cash seized in Jonai - CASH SEIZED IN JONAI

🎬 Watch Now: Feature Video

thumbnail
অৰুণাচলৰ পৰা অহা বাহনৰ পৰা 50 লাখৰো অধিক নগদ ধন জব্দ (undefined)

By ETV Bharat Assamese Team

Published : April 2, 2024 at 3:41 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, ২ মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চলি থকা নিয়মীয়া তালাচীত জোনাইত এজন লোকৰ পৰা জব্দ কৰা হৈছে 50 লাখৰো অধিক নগদ টকা ৷ এখন গাড়ীৰ পৰা নগদ টকাখিনি জব্দ কৰা হৈছে ৷ মঙলবাৰে জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টাকে তিনিআলিত জোনাই SST ৰ দলে নিয়মীয়া তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ নগধ ধনখিনি জব্দ কৰে ৷

অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা পাছিঘাট অভিমুখী এখন বাহনৰ পৰা টকাখিনি জব্দ কৰা হয় ৷ AR 09C 1668 নম্বৰৰ চাৰিচকীয়া বাহনখনত দুজন অৰুণাচলী লোকে টকাখিনি লৈ গৈ থকাৰ অৱস্থাত SST ৰ দলে তালাচী চলাই টকাখিনি উদ্ধাৰ কৰে ৷ বৃহৎ পৰিমাণৰ টকাখিনি জব্দ কৰাৰ লগতে লোক দুজনক জোনাই আৰক্ষী থানাত সোধপোচ অব্যাহত ৰখা হৈছে ৷

লগতে পঢ়ক: লাগিলে আৰক্ষীয়েই নহওক কিয়; এইসকলে কাকো কেৰেপ নকৰে

ABOUT THE AUTHOR

...view details