এতিয়াও জয়ৰ আশা এৰা নাই ৰ'জলীনা তিৰ্কীয়ে - LOK SABHA ELECTION RESULTS 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
এতিয়াও জয়ৰ আশা এৰা নাই ৰ'জলীনা তিৰ্কীয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 1:50 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ,৪ জুন: অব্যাহত লোকসভা নিৰ্বাচনৰ ভোটগণনা । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰ মহকুমা কাৰ্যালয় চৌহদত ৫৭ নং কলিয়াবৰ বিধানসভাৰ ভোট গণনা অব্যাহত আছে । ইয়াৰ মাজতে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী উপস্থিত হয় ভোটগণনা কেন্দ্ৰটোত । কেন্দ্ৰটোত উপস্থিত হৈ প্ৰাৰ্থীগৰাকীয়ে জয়ী হোৱা আশা প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত ।  

ইফালে কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোট গণনাৰ ফলাফল ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়াৰ পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছে ৩৭,৩৭৭ টা ভোট । ইফালে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে লাভ কৰিছে ১১,৬৫৫ টা ভোট । পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীতকৈ ২৫,৭২২ টা ভোটত অগ্ৰগতি লাভ কৰিছে কলিয়াবৰ বিধানসভা সমষ্টিত । 

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

লগতে পঢ়ক: নিৰ্বাচনৰ ফলাফলক লৈ কিমান আশাবাদী অসমৰ প্ৰাৰ্থীসকল - Lok Sabha Election Results 2024

মৰিগাঁৱত কংগ্ৰেছক পিচ পেলাই বিজেপিৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details