ট্ৰাকত মটৰচাইকেলেৰে খুন্দিয়াই থিতাতে নিহত যুৱক - Youth death in accident

🎬 Watch Now: Feature Video

thumbnail
মটৰচাইকেলৰ তীব্ৰ বেগৰ পৰিণতি (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 7:49 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, ২৮ ফেব্ৰুৱাৰী: কলিয়াবৰত ৰাজপথত তীব্ৰ বেগৰ ভয়ংকৰ পৰিণতি । আজি মালবাহী ট্ৰাকত পিচফালৰ পৰা খুন্দিয়াই থিতাতে নিহত হয় এজন মটৰচাইকেল আৰোহী । বুধবাৰে দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় কলিয়াবৰৰ চুলুঙত । এই দুৰ্ঘটনাত এজন যুৱক থিতাতে হয় । নিহত যুৱকজনৰ নাম বংশী চৌহান ।  

বংশী চৌহানে এ এছ ০২ কে ০৩১১ নম্বৰৰ মটৰচাইকেলখনেৰে তীব্ৰ বেগত ৩৭ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাতে এইছ পি ৩৮ ই ৮১১৯ নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে । ফলত থিতাতে নিহত হয় যুৱকজন । ইয়াৰ পিচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।  

লগতে পঢ়ক:পথ দুৰ্ঘটনাত প্ৰাণ গ'ল অসম বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰীৰ    

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details