চলন্ত ৰে'লৰ পৰা জঁপিয়াইও ৰক্ষা নাপালে ডকাইতে - Robbery Case - ROBBERY CASE

🎬 Watch Now: Feature Video

thumbnail
চলন্ত ৰে'লত ডকাইতি (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 7:48 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, ১৩ জুলাই: ৰে'লত যাত্ৰা কৰোতে সাৱধান । কাৰণ চলন্ত ৰে'লত এতিয়া যাত্ৰীৰ বেশত ফুৰিছে ডকাইত । এই ডকাইতৰ জালত পৰিল বিহাৰৰ পৰা যোৰহাটলৈ আহি থকা এটা পৰিয়াল । এই পৰিয়ালটোক অনুসৰণ কৰি আহিছিল তিনি ডকাইতে । সুবিধা বুজি পৰিয়ালটোৰ পৰা ডকাইতে বেগসহ বিভিন্ন সামগ্ৰী চুৰি কৰি ৰে'লৰ পৰা জঁপিয়াই উধাও হয় । উক্ত ঘটনাটো সংঘটিত হয় ফৰকাটিং ৰে'লৱে ষ্টেচনৰ পৰা অলপ নিলগত । দুৰ্ভগীয়া পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত ৰে'লৱে আৰক্ষীয়ে অভিযান চলাই তিনি ডকাইতৰ ভিতৰত এটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে এটা বেগ, দুটা স্মাৰ্ট ফোন, নগদ ধন আৰু সোণ-ৰূপৰ আ-অলংকাৰো উদ্ধাৰ কৰে । আৰক্ষীয়ে অৱশ্য়ে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । কাৰণ পলাতক আন দুটা ডকাইতৰ ওচৰত আছে উক্ত সামগ্ৰীসমূহ । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতটোক মৰিয়নী ৰে'লৱে থানালৈ আনিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা: আত্মৰক্ষাৰ বাবে ডকাইত কেনাৰমক গুলীয়ালে আৰক্ষীয়ে - Dacoit injured in Police firing

মাছ ধৰা জালেৰে বেৰি লৈ ডকাইতে লুটি নিলে ধন-মোবাইল ফোন - Robbery Case In Cachar

দিন ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ডকাইত - Robbery In Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details