চিকাৰীবাংলাত ২১ মাৰ্চৰ পৰা ১৯ সংখ্যক আদিবাসী মহাসভা - AASA Adivasi Mahasabha

🎬 Watch Now: Feature Video

thumbnail
সদৌ আদিবাসী ছাত্ৰ সন্থা (undefined)

By ETV Bharat Assamese Team

Published : February 16, 2024 at 7:32 PM IST

1 Min Read
Choose ETV Bharat

ওদালগুৰি, ১৬ ফেব্ৰুৱাৰী : চিকাৰীবাংলাত ২১ পৰা ২৪ মাৰ্চলৈ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ১৯ সংখ্যক আদিবাসী মহাসভাৰ আয়োজন কৰা হৈছে । ওদালগুৰি জিলাৰ চিকাৰীবাংলাত ২১ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ সদৌ আদিবাসী ছাত্ৰ সন্থাই 'আদিবাসী ভিজন ২০৪০'ৰ ১৯ সংখ্যক আদিবাসী মহাসভাৰ আয়োজন কৰিছে ৷ আজি আয়োজিত এক সংবাদমেল যোগে এই বিষয়ে সদৰী কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ নেতাসকলে ।

আজি সমাজকৰ্মী হিলাৰাছ টপ্প'ক সভাপতি, প্ৰকাশ বাড়াকক কাৰ্যকৰী সভাপতি, পৱন নায়কক উপ-সভাপতি, সঞ্জুক শৱৰ, টিংকু ওৰাং আৰু খগেন তাঁতীক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩৫ জনীয়া মূল অভ্যৰ্থনা সমিতিখন গঠন কৰি হয় ৷ কেন্দ্ৰীয় আৰু অভ্যৰ্থনা সমিতিয়ে অসমৰ আদিবাসীসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই ১৯ সংখ্যক আদিবাসী মহাসভাৰ আয়োজন কৰা বুলি উল্লেখ কৰিছে আয়োজসকলে ।

উল্লেখ্য় যে 'আদিবাসী ভিজন ২০৪০'ৰ  ১৯ সংখ্যক আদিবাসী মহাসভা অহা ১৫ৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও একে তাৰিখত কুৰুখ সাহিত্য সভাৰ আয়োজন কৰাত আদিবাসী মহাসভাৰ দিন ২১ পৰা ২৪ মাৰ্চলৈ পিছুৱাই দিয়া বুলি আয়োজক সকলে সদৰী কৰিছে ।

লগতে পঢ়ক:মাৰ্চৰ প্ৰথম সপ্তাহত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী !

ABOUT THE AUTHOR

...view details