অসম আৰক্ষীৰ সাক্ষাৎকাৰৰ বাবে অনুশীলন - Assam Police Interview - ASSAM POLICE INTERVIEW

🎬 Watch Now: Feature Video

thumbnail
আৰক্ষীৰ সাক্ষাৎকাৰৰ অনুশীলন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 30, 2024 at 8:17 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটাৰোড, ৩০ ছেপ্টেম্বৰ: অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া অসম আৰক্ষীৰ সাক্ষাৎকাৰৰ বাবে নিজকে সাজু কৰি তুলিবলৈ অনুশীলন চলাইছে বৰপেটা জিলাৰ বৰপেটাৰোডৰ গোৱৰ্ধনা অঞ্চলৰ বহু যুৱক-যুৱতীয়ে । এবছৰ আগৰে পৰাই এইসকল যুৱক-যুৱতীয়ে গোৱৰ্ধনা হাইস্কুলৰ খেলপথাৰত পুৱা আৰু আবেলি নিতৌ এই অনুশীলন কৰি আহিছে ।  

অসম আৰক্ষীৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ'বলগীয়া এইসকলৰ ভিতৰত অঞ্চলটোৰ মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক-যুৱতীও আছে । অনুশীলনত ব্যস্ত এইসকল যুৱক-যুৱতীয়ে কয়,"এই কঠোৰ অনুশীলনৰ জৰিয়তে অসম আৰক্ষীৰ চাকৰি লাভ কৰিবলৈ সক্ষম হম ।" তেওঁলোকে ৰাজ্য়খনৰ নৱপ্ৰজন্মৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি বিভিন্ন সামাজিক মাধ্যমত নিজৰ মূল্যবান সময় নষ্ট কৰাৰ পৰিৱৰ্তে যিকোনো অনুশীলনৰ জৰিয়তে স্ব-নিয়োজনৰ বাট মুকলি কৰিবলৈ আহ্বান জনায় ।

বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী - ADRE 2024

উপলব্ধ হ’ল ADRE SLRC 2024 চতুৰ্থ আৰু পঞ্চম কাকতৰ এডমিট কাৰ্ড, কেনেকৈ কৰিব ডাউনলোড… - ADRE ADMIT CARD

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details