অসমৰ মানুহ বহুত ভাল : প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া - Gulab Chand Kataria - GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
বৰঝাৰত প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 30, 2024 at 1:25 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 30 জুলাই : অসম এৰিলে প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । অসমৰ প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক বৰঝাৰ বিমান বন্দৰত Guard Of honour ৰে বিদায় সম্ভাষণ জনোৱা হয় । অসমৰ পৰা বিদায় লৈ গুলাব চান্দ কাটাৰিয়াই যোগদান কৰিব পঞ্জাবৰ ৰাজ্যপাল হিচাপে ।

অসম এৰাৰ পূৰ্বে বিমান বন্দৰত সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ কথা প্ৰকাশ কৰি প্ৰাক্তন ৰাজ্যপালগাকীয়ে কয়, "অসমৰ মানুহ বহুত ভাল, মোক যথেষ্ঠ মৰম দিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত অসমত বহু উন্নয়ন হৈছে ৷ অসমৰ চাহ বাগান অঞ্চলসমূহত এতিয়াও শিক্ষাৰ প্ৰসাৰ ঘটা নাই, থাকিবলৈ ঘৰ নাই । সেই অঞ্চলসমূহত চৰকাৰে গুৰুত্ব দিয়া উচিত । অৱশ্যে এতিয়া সেইসকল মানুহৰ বাবে চৰকাৰে কাম কৰিবলৈ লৈছে । প্ৰধানমন্ত্ৰী মোদীৰ দিনত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়ন হৈছে ৷ অসমত কিদৰে শান্তি অটুত থাকে তাৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷"

লগতে পঢ়ক: বিদায়ী ৰাজ্যপালক সাক্ষাৎ কৰি কৃতজ্ঞতা-শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্রীৰ - Gulab Chand Kataria

ছত্তীশগড়ৰ ৰাজ্যপালৰূপে বুধবাৰে শপত ল'ব ৰমেন ডেকাই : মঙলবাৰে আচাৰ্যই ল'ব শপত - Ramen Deka

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details