হেঙেৰাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাবে আহত এজন লোক - প্রতীক্ষা হাস্পতাল

🎬 Watch Now: Feature Video

thumbnail
হেঙেৰাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাবে আহত এজন লোক (undefined)

By ETV Bharat Assamese Team

Published : February 12, 2024 at 6:46 AM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 12 ফেব্ৰুৱাৰী: মহানগৰীৰ হেঙেৰাবাৰীৰ কালীমন্দিৰত ভয়ংকৰ দুৰ্ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাবে আহত হ’ল এজন ব্যক্তি । আহত ব্যক্তিজনৰ নাম মহেন্দ্ৰ শইকীয়া বুলি জানিবলৈ পৰা গৈছে ।

কলগছ কাটি থাকোতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয় বুলি ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ 33 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মহেন্দ্ৰ শইকীয়া নামৰ লোকজন যথেষ্ট পৰিমাণে আহত হয় । লগে লগে লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

প্রতীক্ষা হাস্পতালৰ সমীপৰ নিবাসী মহেন্দ্ৰ শইকীয়া নামৰ ব্যক্তিজনে বৌৱেকৰ ঘৰলৈ আহিছিল । পৰৱৰ্তী সময়ত ঘৰটোৰ প্ৰৱেশ পথত থকা কলগছ এডাল কাটিবলৈ যাওঁতে সংঘটিত হয় দুৰ্ঘটনাটো । ঘটনাস্থলীত দিছপুৰ আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে । 

লগতে পঢ়ক: এটা ষাঁড় গৰু হত্যাৰ অপৰাধত পাঁচজনক গ্ৰেপ্তাৰ; জব্দ ট্ৰেক্টৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details