এমাহ নহওতেই বন্ধ হ'ল নৈশ ফেৰী জাহ্নৱী - MAJULI

🎬 Watch Now: Feature Video

thumbnail
এমাহ নহওতেই বন্ধ হ'ল নৈশ ফেৰী জাহ্নৱী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 29, 2024 at 12:03 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: দেওবাৰৰ পৰা বন্ধ ঘোষণা হ'ল অফলামুখ-নিমাতীৰ মাজত চলাচল কৰা নৈশ ফেৰী সেৱা । ৰোড ট্ৰেকিং আপডেট নোহোৱাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে নৈশ ফেৰী জাহ্নৱী । দেওবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা এই নৈশ ফেৰী সেৱা । জাহাজ চলাচল কৰা জলপথ ট্ৰেকিং আপডেট সম্পূৰ্ণ হ'লেহে চলালচল কৰিব বুলি জানিবলৈ দিছে বিভাগীয় কৰ্তৃপক্ষই । ১২ ডিচেম্বৰ পৰা চলাচল কৰিছিল নৈশ ফেৰীখন ।  

মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ দক্ষিণ পাৰৰ লগত যোগাযোগৰ একমাত্ৰ মাধ্যম এই ফেৰী সেৱা । এই ফেৰীসেৱা বিয়লি তিনি বজাৰ পিচতেই বন্ধ হৈ পৰাৰ ফলত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বিভিন্ন কাৰণত পৰাপাৰ হ'বলগীয়া যাত্ৰীসকল । যোৱা ১২ ডিচেম্বৰ পৰা চলাচল কৰিছিল এই জাহ্নৱী নামৰ নৈশ ফেৰীখন ।

নৈশ ফেৰীখন চলাচল হোৱাৰ বাবে যথেষ্ট সুবিধা হৈছিল পৰাপাৰ হোৱা যাত্ৰীসকলৰ । কিন্তু পুনৰ এই নৈশ ফেৰীখন বন্ধ হোৱাৰ লগে লগে অসুবিধাৰ সন্মুখীন হ'ব যাত্ৰীসকল ।

লগতে পঢ়ক: বন্ধ কমলাবাৰী পাৰঘাট, হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ - NIMATI FERRY SERVICE SUSPENDED

নিমিষতে ডুবি গ'ল নীলকমল: ভয়ংকৰ নাও দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু - FERRY CAPSIZES IN MUMBAI

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details