হাউলীৰ মৌটুপুৰী গাঁৱত ভাগিনীয়েকৰ হাতত প্ৰাণ গ’ল মামীয়েকৰ - Sensational Murder in Barpeta - SENSATIONAL MURDER

🎬 Watch Now: Feature Video

thumbnail
মামীয়েকক হত্যা ভাগিনীয়েকৰ (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:24 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, 29 মাৰ্চ : বৰপেটাৰ হাউলীত লোমহৰ্ষক ঘটনা ৷ হাউলীৰ মৌটুপুৰী গাঁৱত মামীয়েকক ঘপিয়াই হত্যা ভাগিনীয়েকৰ ৷ মৌটুপুৰী গাঁৱৰ মনোজ কুমাৰ বৰুৱা নামৰ এজন যুৱকে ঘৰতে ঘপিয়াই হত্যা কৰে মামীয়েকক ৷

ভাগিনীয়েকৰ ঘাপত নিহত মহিলা গৰাকীৰ নাম ববিতা দাস বুলি জানিব পৰা গৈছে ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই বাইকেৰে বৰপেটালৈ আহি বৰপেটা সত্ৰৰ চৌহদত প্ৰৱেশ কৰে হত্যাকাৰীয়ে ৷ বৰপেটা সত্ৰৰ চৌহদত প্ৰৱেশ কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে যুৱকজনে ৷  

পিচত স্থানীয় ৰাইজে কৌশলেৰে যুবকজনক আটক কৰি আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে আৰু বৰপেটা সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক কৰায়ত্ব কৰে ৷ সংবাদ মাধ্যমৰ আগত নিজৰ মামীয়েকক হত্যা কৰাৰ কথা অকপটে স্বীকাৰ কৰে অভিযুক্ত যুৱকজনে ৷ 

লগতে পঢ়ক : হাতত কটা মুণ্ড-দা লৈ ৰাজপথত ঘাতক মোমায়েক - Uncle Beheads Niece

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details