বিশ্বকৰ্মাৰ আশীষ লৈ নগাঁও আৰক্ষীয়ে কৰিলে অস্ত্ৰ পূজা - Vishwakarma Puja 2024 - বিশ্বকৰ্মা পূজা

🎬 Watch Now: Feature Video

thumbnail
একেলগে পূজা কৰা হ'ল বহুকেইটা অত্যাধুনিক মাৰণাস্ত্ৰৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 17, 2024 at 8:02 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও,১৭ ছেপ্টেম্বৰ: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । এই উপলক্ষে চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশে । বিশ্ব খনিকৰৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্য । ইয়াৰ মাজতে নগাঁৱত পূজা কৰা হয় বহুকেইটা অত্যাধুনিক মাৰণাস্ত্ৰৰ । মঙলবাৰে অন্যান্য প্ৰান্তৰ লগতে নগাঁও আৰক্ষী ছাউনিতো আয়োজন কৰা হয় বিশ্বকৰ্মা পূজা । নগাঁও আৰক্ষীয়ে ব্যৱহাৰ কৰা পিষ্টলৰ পৰা এছ এল আৰ লৈকে পূজা কৰা হয় বিশ্ব কৰ্মা পূজাৰ দিনটোত ।  

আৰক্ষীয়ে ব্যৱহাৰ কৰা মাৰণাস্ত্ৰ লগত লৈ বিশ্বকৰ্মা পূজাত অংশগ্ৰহণ কৰে নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰা কনিষ্টবললৈকে প্ৰতিগৰাকী লোকে । বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও আৰক্ষী ছাউনিতো উখল-মাখল পৰিৱেশ বিৰাজ কৰে বিশ্বকৰ্মা পূজা উপলক্ষে ।

লগতে পঢ়ক: গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত ভক্তৰ ভিৰ; জখলাবন্ধাত অসমীয়া সাজত বিশ্ব খনিকৰৰ প্ৰতিমা - Vishwakarma Puja 2024

অসমতে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰটোৰ বিষয়ে জানেনে ? - Vishwakarma Puja 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details