বিধায়কে কলপুলিৰে কোবালে ঠিকাদাৰৰ কৰ্মচাৰীক - MLA SAMSUL HUDA

🎬 Watch Now: Feature Video

thumbnail
বিধায়কে কলপুলিৰে কোবালে ঠিকাদাৰৰ কৰ্মচাৰীক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : March 18, 2025 at 9:51 PM IST

|

Updated : March 19, 2025 at 3:01 PM IST

1 Min Read
Choose ETV Bharat

বিলাসীপাৰা : হঠাতে খং উঠিল বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ । এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে খঙৰ ভমকতে প্ৰহাৰ কৰিলে ঠিকাদাৰৰ কৰ্মচাৰীক । তেওঁৰ ইমানেই খং উঠিল যে আধাৰশিলাৰ বাবে পোতা কলপুলি উভালি কোবালে কৰ্মচাৰীজনক । এই ঘটনাটো মঙলবাৰে সংঘটিত হৈছে সমষ্টিটোত বাহিৰ ছুৱাপাতা দৈখোৱা বজাৰত । কিয় খং উঠিল বিধায়কগৰাকীৰ ?

মঙলবাৰে বিধায়ক ছামছুল হুদাই বাহিৰ ছুৱাপাতা দৈখোৱা বজাৰত এখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল । আধাৰশিলাৰ স্থানত ৰঙাফিটাৰ সলনি দেখিলে কলপুলি । আধাৰশিলা স্থাপন অনুষ্ঠানত ঠিকাদাৰ অবিনাশ আগৰৱালাৰ কৰ্মচাৰীয়ে কামত গাফলতি কৰা বাবেই হেনো এইদৰে খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়কগৰাকী । পিছত ঠিকাদাৰ অবিনাশ আগৰৱালাই বিধায়ক ছামছুল হুদাৰ ওচৰত ক্ষমা বিচাৰে ।

লগতে পঢ়ক:'অৰুণোদয়'ৰ নামত কি চলিছে ! ৰাজপথত প্ৰতিবাদেৰে বুজাই দিলে শতাধিক মহিলাই - ASSAM ORUNODOI SCHEME

Last Updated : March 19, 2025 at 3:01 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details