লোকসভাৰ টিকট লাভৰ পিচতে ৰঞ্জিৎ দত্তৰ প্ৰথম প্ৰতিক্ৰিয়া - বিধায়ক ৰঞ্জিৎ দত্ত

🎬 Watch Now: Feature Video

thumbnail
লোকসভাৰ টিকট লাভৰ পিচতে ৰঞ্জিৎ দত্তৰ প্ৰথম প্ৰতিক্ৰিয়া (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 8:51 PM IST

1 Min Read
Choose ETV Bharat

বিশ্বনাথ, 2 মাৰ্চ: শনিবাৰে দেশৰ ১৯৫ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ দলে ৷ প্ৰথমখন তালিকাতে অসমৰ ১১টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে । উক্ত তালিকাত শোণিতপুৰ লোকসভা আসনখনৰ বাবে দলে বিধায়ক ৰঞ্জিৎ দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰে । প্ৰাৰ্থিত্ব প্ৰদান কৰা পিচতে বিধায়ক ৰঞ্জিত দত্ত বাসগৃহত দেখা গ’ল এক উৎসৱ মুখৰ পৰিৱেশ । প্ৰাৰ্থিত্ব লাভ কৰি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, ৰাজ্যিক সভাপতিৰ উপৰিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷

2001 চনৰ পৰা বিহালী সমষ্টিক প্ৰতিনিধিত্ব কৰি 2011 চনত পৰাজয় হোৱাৰ পিচত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ৰঞ্জিৎ দত্ত ৷ পুনৰ দলে গুৰু দায়িত্ব দিয়া বুলি উল্লেখ কৰি এই দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব বুলি উল্লেখ কৰে ৰঞ্জিৎ দত্তই ৷

লগতে পঢ়ক: বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details