মহানগৰীৰ বেলতলাত দিন দুপৰতে গাড়ীৰ গ্লাচ ভাঙি লুটি নিলে টকা - Daylight Robbery In Guwahati - DAYLIGHT ROBBERY IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
গাড়ীৰ গ্লাচ ভাঙি লুটি নিলে টকা (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 4:31 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 30 মাৰ্চ : মহানগৰীত পুনৰ দিন দুপৰতে ধন লুটৰ ঘটনা সংঘটিত হৈছে ৷ গাড়ীৰ গ্লাচ ভাঙি দুৰ্বৃত্তই লুটি নিলে নগদ টকাসহ মূল্যবান কাগজ-পত্ৰৰ বেগ ৷ মহানগৰীৰ বেলতলাৰ চাৰ্ভেত সংঘটিত হৈছে এই ঘটনা ৷

ঘটনাৰ অনুসৰি শনিবাৰে দুপৰীয়া প্ৰায় একমান বজাত মিতালী শইকীয়া নামৰ এগৰাকী মহিলাই চাৰ্ভেৰ ৰাজপথৰ দাঁতিত AS 01 FN 5727 নম্বৰৰ বাহনখন ৰখাই সমীপৰে বেংকলৈ গৈছিল ৷ তাৰ পিচতে প্ৰায় 15 মিনিটৰ ভিতৰত বাহনখনৰ ওচৰলৈ ঘূৰি আহিছিল মহিলাগৰাকী ৷  

ইয়াৰ পিচতে তেওঁ ঘূৰি আহি দেখে যে গাড়ীৰ গ্লাচ ভাঙি কোনো দুৰ্বৃত্তই চিটৰ ওপৰত থৈ যোৱা টকা আৰু নথি-পত্ৰৰ বেগটো লৈ উধাও হয় ৷ এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷  

লগতে পঢ়ক : ঘৰৰ ওচৰতে খেলিবলৈ গৈছিল অভিলাষ, তাৰ পিচৰে পৰাই নাই শুংসূত্ৰ - Missing Case In Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details