ঘৰৰ ওচৰতে খেলিবলৈ গৈছিল অভিলাষ, তাৰ পিচৰে পৰাই নাই শুংসূত্ৰ - missing case in Guwahati - MISSING CASE IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
ঘৰৰ ওচৰতে খেলিবলৈ গৈছিল অভিলাষ, তাৰ পিচৰে পৰাই নাই শুংসূত্ৰ (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:31 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 29 মাৰ্চ : মহানগৰীত পুনৰ সংঘটিত হৈছে কিশোৰ নিৰুদ্দেশৰ ঘটনা । মহানগৰীৰ জ্যোতিশ্ৰীনগৰ ভাগৱত ধামৰ পৰা নিৰুদ্দেশ হৈছে এটি কিশোৰ । ৰবিবাৰৰ পুৱাৰ ভাগত ঘৰৰ ওচৰতে ওলাই গৈছিল কিশোৰটো  ৷ তাৰ পাচৰে পৰাই কোনো খা-খবৰ নাই কিশোৰটোৰ ৷ 

নিখোজ কিশোৰটো ১৬ বছৰীয়া অভিলাষ দাস বুলি জানিব পৰা গৈছে ৷ ঘৰৰ পৰা ওলাই যোৱা সময়ত কিশোৰটোৰ পিন্ধনত আছিল ৰঙা ছুৱেটাৰ আৰু নীলা ৰঙৰ পেণ্ট । 

এই ঘটনাৰ পিচতে অতি দৰিদ্ৰ পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে বিগত ছটা দিনে কোনো সুংশুত্ৰ ওলাব পৰা নাই অভিলাষৰ । এতিয়া কিশোৰজনক বিচাৰি নাপায় মাতৃ নিৰুপায় হৈ পৰিছে । সেয়েহে এতিয়া উপায়ন্তৰ হৈ কিশোৰীগৰাকীৰ মাতৃয়ে সাংবাদিকৰ কাষ চাপে । 

উল্লেখ্য যে, অভিলাষ মানসিকভাবেও কিছু পৰিমাণে অসুস্থ আছিল । যদি কোনো সদাশয় ব্যক্তিয়ে ল’ৰাজনক দেখা পাই তেন্তে আৰক্ষীক নতুবা মাতৃৰ 6002673169 নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: তীৰ্থযাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, ৪৫ গৰাকী লোকৰ মৃত্যু - South Africa bus accident

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details