গাঁও চলো অভিযানৰ অংশ স্বৰূপে মন্ত্ৰী ৰণজিৎ দাসে আঁকিলে পদুম - Minister Ranjit Das

🎬 Watch Now: Feature Video

thumbnail
মন্ত্ৰী ৰণজিৎ দাসে আঁকিলে পদুম (undefined)

By ETV Bharat Assamese Team

Published : February 16, 2024 at 7:17 PM IST

1 Min Read
Choose ETV Bharat

চিৰাং, 16 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে আৰম্ভ কৰিছে গাঁও চলো অভিযান ৷ এই অভিযান কালত বিজেপিৰ মন্ত্ৰী-আমোলাই বছৰটোত সাতদিন সাতখন গাঁৱত ৰাইজৰ মাজত কটাব লাগিব ৷ 2014 চনৰ পিচত এই চৰকাৰে কিমান উন্নয়ন কৰিলে আৰু কিমান কৰিবলৈ বাকী তাৰেই  হিচাপ লোৱাৰ প্ৰয়াস এয়া ৷

গাঁও চলো কাৰ্যসূচীৰ অংশ বিশেষ মন্ত্ৰী ৰঞ্জিত দাসে শুকুৰবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱৰ উৰণ সেতুৰ তলত ৱাল পেইন্টিং কাৰ্যসূচীত অংশ লৈ বিজেপি দলৰ প্ৰতীক পদুম ফুলৰ ছবি অংকন কৰে পুৱা 9.30 বজাত । মন্ত্ৰীগৰাকীৰ সৈতে চিৰাং জিলা সমিতি বিজেপি দলৰ নেতৃবৃন্দও উপস্থিত থাকে । লোকসভা নিৰ্বাচনক টাৰ্গেট কৰি এই কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপি দলে ।

লগতে পঢ়ক : গাঁও চলো অভিযানৰ অংশ হিচাপে সৰুপথাৰৰ শ্যাম গাঁৱত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details