ৰাণা গোস্বামীক আদৰিবলৈ সাজু বিজেপি: যোগেন মহন - কংগ্ৰেছ

🎬 Watch Now: Feature Video

thumbnail
ৰাণা গোস্বামীক আদৰিবলৈ সাজু বিজেপি - মন্ত্ৰী যোগেন মহন (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 3:07 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 28 ফেব্ৰুৱাৰী : "ৰাণা গোস্বামীক মই শুভেচ্ছা জনাইছো ৷ তেওঁ বিজেপিলৈ আহিলে আমি তেওঁক আন্তৰিকতাৰে আদৰি লম । শেহতীয়াকৈ দলত ধাৰাবাহিকভাৱে লোক আহি আছে ৷ তেওঁলোকৰ নিজৰ দলৰ প্ৰতি মোহভংগ হৈছে ৷ আগন্তুক দিনত কংগ্ৰেছৰ বহু বাঘা বাঘা নেতাই বিজেপিত যোগদান কৰিবহি ৷ কংগ্ৰেছৰ এতিয়া মিটিং পাতিবলৈও ঠাই নোহোৱা হৈছে, ৰিজ'ৰ্টত বহি চাহ খোৱাৰ বাহিৰে কাম নাই ৷" বুধবাৰে মন্ত্ৰী যোগেন মহনে শেহতীয়াকৈ ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে ।

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰ লোকনিৰ্মাণ (গৃহ) বিভাগৰ অধীনত আৰু চৰাইদেউ জিলা প্রশাসনৰ উদ্যোগত বিকাশ যাত্রা 2024 ৰ অধীনত প্ৰায় 8 কোটি টকাৰ অত্যাধুনিক বিদ্যালয়ৰ গৃহৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে । এই আধাৰশিলা অনুষ্ঠান আৰু ৰাজহুৱা সভাত উপস্থিত থাকে চৰাইদেউ জিলাৰ অতিৰিক্ত আয়ুক্ত, শিক্ষা বিষয়া, বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ লগতে বিশিষ্ট ব্যক্তিসকলো ।

লগতে পঢ়ক: চেলেংহাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details