বৰপেটাৰোডত ভয়ংকৰ অগ্নিকাণ্ডত দুই কোটি টকাৰ সামগ্ৰী ভস্মীভূত - FIRE INCIDET IN BARPETA ROAD - FIRE IN BARPETA ROAD

🎬 Watch Now: Feature Video

thumbnail
বৰপেটাৰোডত ভয়ংকৰ অগ্নিকাণ্ড (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 13, 2024 at 1:55 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটাৰোড, ১৩ আগষ্ট: বৰপেটাৰোডত মঙলবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বৰপেটাৰোডৰ খুচুৰা শাক-পাচলি বজাৰৰ সমীপৰ গীতাঞ্জলি ইলেক্ট্ৰনিকছ নামৰ পাইকাৰী ব্য়ৱসায়িক প্ৰতিষ্ঠানখনত মঙলবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । উক্ত অগ্নিকাণ্ডত প্ৰায় দুই কোটি টকাৰ বিভিন্ন সা-সামগ্ৰী ভস্মীভূত হোৱা বুলি কয় ব্য়ৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ।  

বৰপেটাৰোডৰ বাসিন্দা দীপক বেংগানীৰ ইলেক্ট্ৰনিকছৰ পাইকাৰী ব্য়ৱসায়িক প্ৰতিষ্ঠানখনত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । অগ্নিকাণ্ডৰ প্ৰকোপ ইমানেই ভয়াৱহ আছিল যে ব্য়ৱসায়িক প্ৰতিষ্ঠানখনৰ কাষত থকা আন কেবাখনো দোকানলৈ এই জুই সম্প্ৰসাৰিত হয় । পুৱা প্ৰায় ছয় বজাত সংঘটিত এই অগ্নিকাণ্ডৰ পিচতেই বৰপেটাৰোড,বৰপেটা, সৰভোগ আৰু পাঠশালাৰ পৰা ১০ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:গোলাঘাটৰ মৰঙিৰ শ’লমাৰিত চলন্ত অৱস্থাত দাওদাওকৈ জ্বলিল এখন বালিভৰ্তি ডাম্পাৰ

গাড়ী ডিলাৰত ভয়াৱহ অগ্নিকাণ্ড: বিস্তৰ ক্ষয়-ক্ষতি - Fire breaks out in Lakhimpur

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details