অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ - Tragic Incident In Bongaigaon - SUPERVISOR

🎬 Watch Now: Feature Video

thumbnail
বঙাইগাঁৱত মৃত্যু শ্ৰমিকৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 18, 2024 at 9:44 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও, ১৮ আগষ্ট: বঙাইগাঁও চহৰত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা । চহৰখনৰ বৰো বজাৰত নিৰ্মীয়মান চৰকাৰী অট্টালিকাত কাম কৰি থাকোতেই পঞ্চম মহলাৰ চাদৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু হয় । কাম কৰি থকোতে অট্টালিকাৰ পৰা পৰি মৃত্যুক সাৱতি লয় আব্দুল কায়েম নামৰ শ্ৰমিকজনে । মৃত আব্দুল কয়েমৰ ঘৰ কাবাইটাৰীত ।

এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত শ্ৰমিকজনক ল'ৱাৰ আসাম হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁৰ মৃত্য়ু হয় । ছেফটি বেল্ট পৰিধান নকৰা বাবেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য় কৰিছে কৰ্মৰত এজন শ্ৰমিকে ।  

একাংশ শ্ৰমিকে অভিযোগ উত্থাপন কৰি কয় যে ঠিকাদাৰে ছেফটি বেল্ট আদিৰ যোগান ধৰি দায়িত্ব সামৰে । এই বেল্টৰ উচিত ব্যবহাৰ হয় নে নহয় সেয়া ঠিকাদাৰ আৰু ছুপাৰভাইজাৰে খবৰ নকৰে বুলিও এই শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰিছে ।  

লগতে পঢ়ক:তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ গাত সৰি পৰিল চিলিং - Tinsukia Medical College Hospital

সপ্তম মহলাৰ পৰি ৰহস্যজনক মৃত্যু মহিলাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details