কুলধৰ শইকীয়াক 'সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা' প্ৰদান - LAKSHMINATH BEZBARUA AWARD

🎬 Watch Now: Feature Video

thumbnail
'সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা' প্ৰদান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 4, 2024 at 10:56 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ: সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বুধবাৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ কুলধৰ শইকীয়াক প্ৰদান কৰে 'সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা'।  

এই অনুষ্ঠানটোত আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে কুলধৰ শইকীয়াই ভাষণ প্ৰদান কৰে । আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে । অনুষ্ঠানটোৰ আঁত ধৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ শইকীয়াই ।

শিৱসাগৰ চহৰৰ কালী প্ৰসাদ সোঁৱৰণি ভৱনত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মা, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি লেখক ড৹ সব্যসাচী মহন্ত, আছুৰ প্ৰাক্তন নেতা শৰৎ হাজৰিকা, আছুৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানস হাজৰিকা ,লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ সদস্য়, আছুৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক:সীমা বিশ্বাসলৈ 2024 বৰ্ষৰ সন্মানীয় আইদেউ সন্দিকৈ বঁটা

অস্কাৰৰ দৌৰত কণ্ঠশিল্পী ইমন চক্ৰৱৰ্তীৰ গান

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details