কংগ্ৰেছক জৰুৰীকালীন অৱস্থাক কথা মনত পেলাই নিজকে গৰিহণা দিবলৈ উপদেশ কেশৱ মহন্তৰ - Boycott media organisations - BOYCOTT MEDIA ORGANISATIONS

🎬 Watch Now: Feature Video

thumbnail
কংগ্ৰেছে সংবাদ মাধ্যমক লোৱা বহিষ্কাৰৰ সিদ্ধান্তটো উচিত নহয় : কেশৱ মহন্ত (undefined)

By ETV Bharat Assamese Team

Published : April 11, 2024 at 2:30 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, 11 এপ্ৰিল : ‘‘সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । গণতন্ত্ৰত বিশ্বাসীসকলে আটাইকেইটা স্তম্ভকে বিশ্বাসত আৰু আস্থাত ল’ব লাগিব । জৰুৰীকালীন অৱস্থাত কংগ্ৰেছে কি কৰিছিল সেই কথা মনত পেলাই নিজেই নিজকে গৰিহণাহে দিব লাগে । আনে গৰিহণা দিবলৈ ইয়াত বাট চাবলগীয়া নাই । কংগ্ৰেছ দলে লোৱা এই সিদ্ধান্তটো উচিত নহ'ল ৷ এই সন্দৰ্ভত তেওঁলোকে পুনৰ বিবেচনা কৰাটো দৰকাৰ ৷’’ এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ ৷

উল্লেখ্য যে, শেহতীয়াকৈ বহুভাৱে চৰ্চাত আছে ৰাজ্যৰ দুটা ব্যক্তিগত সংবাদ মাধ্যমৰ প্ৰসংগ ৷ সেই নিৰ্দিষ্ট সংবাদ মাধ্যম কেইটাই কংগ্ৰেছৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰে বুলি চৰ্চালৈ আহিছে ৷ যাৰ বাবে সেই সংবাদ মাধ্যম কেইটাক অসম কংগ্ৰেছে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত এই কথা বহু কেইজন কংগ্ৰেছ কৰ্মীয়ে সদৰী কৰিছে ৷ বৃহস্পতিবাৰে কলিয়াবৰত উপস্থিত হৈ কংগ্ৰেছৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক : মৰিগাঁৱত বাজিছে নিৰ্বাচনী ৰণ দুন্দুভি; বাক্যবাণেৰে বিজেপিক আঘাতৰ চেষ্টা প্ৰদ্যুৎ বৰদলৈৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details