নটবৰ নাটকমত অঙ্কীয়া নাট প্ৰদৰ্শন - KALIABOR ANKIA BHAONA

🎬 Watch Now: Feature Video

thumbnail
অঙ্কীয়া নাট সমাৰোহ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 15, 2024 at 2:51 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, ১৫ অক্টোবৰ: বংশধৰ- এ ট্ৰেডিচনেল কালচাৰেল ফাউণ্ডেচন অৱ আছামৰ দ্বিতীয় বাৰ্ষিক অঙ্কীয়া নাট সমাৰোহ 'নটবৰ নাটকম'ত গুৰুজনাৰ 'কালিয় দমন' আৰু 'কেলিগোপাল' নাট প্ৰদৰ্শন কৰা হয় ।  

কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা বংশধৰ- এ ট্ৰেডিচনেল কালচাৰেল ফাউণ্ডেচন অৱ আছামে কলিয়াবৰৰ হাটবৰ নাট্য সমাজ ভৱনত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰ অন্তত দুয়োখন নাট প্ৰদৰ্শন কৰে। বংশধৰৰ গুৰিধৰোতা অনুপজ্যোতি ভূঞাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলে গুৰুজনা বিৰচিত 'কালিয় দমন' আৰু 'কেলিগোপাল' অঙ্কীয়া নাট প্ৰদৰ্শন কৰে ।

সুন্দৰ সমাজ গঢ়াৰ নিমিত্তে গুৰু দুজনাৰ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অনন্য তথা অন্যতম উপকৰণ হৈছে ভক্তিমাৰ্গীয় কৃষ্টি নৃত্য-সংগীত। কৃষ্টিৰ এই ধাৰাক ভক্তিৰ মাজেৰেই কলাৰ ৰূপ দিয়াত গুৰু দুজনাৰ অৱদান সৰ্বজনবিদিত ।

লগতে পঢ়ক:গুৰুজনাৰ জন্ম তিথিত কলিয়াবৰত দ্ৰৌপদীৰ সয়ম্বৰ

শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে কলিয়াবৰত 'পিতা-পুত্ৰৰ যুদ্ধ' প্ৰদৰ্শন - Bhaona in Kaliabor

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details