13 খন আসন বিজেপিয়ে লাভ কৰিব বুলি দাবী মন্ত্ৰী জয়ন্ত‌‌ মল্ল‌বৰুৱাৰ - Assam Lok Sabha Election Phases

🎬 Watch Now: Feature Video

thumbnail
মন্ত্ৰী জয়ন্ত‌‌ মল্ল‌বৰুৱা (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 8:28 AM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 17 মাৰ্চ: শনিবাৰে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই উৎফুল্লিত হৈ পৰা দেখা গৈছে অসম বিজেপি । নিৰ্বাচন আয়োগক অসম বিজেপিৰ তৰফৰ পৰা ধন্যবাদ জনাই অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । বৰুৱাই কয়, "নিৰ্বাচন আয়োগে অসমৰ বিহুৰ প্ৰতি লক্ষ্য ৰাখিছে । যাৰ বাবে 3 টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছে । সকলো দলৰ বাবে ভাল হ'ব । এটা সুন্দৰ পৰিৱেশ পাব প্ৰচাৰ কৰাৰ বাবে । জনপ্ৰতিনিধিয়ে ৰাইজৰ কাষলৈ যাবলৈ সময় পাব ৷"

লগতে বৰুৱাই কয় যে দিন ঘোষণাৰ লগে লগেই বিজেপিৰ লক্ষ্য স্থিৰ হৈছে । আত্মবিশ্বাস আৰু প্ৰবল হ'ল যে 13 খন আসন লাভ কৰিব বিজেপিয়ে । উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নমাৰ বাবে শনিবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰৰ ৰণকৌশল প্ৰস্তুতি সভা । 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাখন । বিজেপিৰ বিধায়ক, প্ৰাৰ্থী, প্ৰভাৰী, মণ্ডল আৰু ক্ষেত্ৰভিত্তিক কৰ্মীসকল উপস্থিত থাকে এই সভাত ।

লগতে পঢ়ক: যোৰহাট লোকসভা সমষ্টিত জিকিব বুলি আত্মবিশ্বাসী সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details