সুদৰ নামত হাৰাশাস্তি কৰি ৰঙাঘৰৰ আলহী সুদখোৰ - illegal money lender arrested - CHABUA POLICE

🎬 Watch Now: Feature Video

thumbnail
সুদৰ নামত হাৰাশাস্তি কৰি ৰঙাঘৰৰ আলহী সুদখোৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 19, 2024 at 10:39 PM IST

1 Min Read
Choose ETV Bharat

চাবুৱা,১৯ জুন: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যত অব্যাহত আছে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । জিলাই জিলাই আৰক্ষীয়ে অভিযান চলাই বহু সুদখোৰক আটক কৰি ৰঙাঘৰৰ আলহী কৰিছে যদিও এতিয়াও গা-লৰা নাই একাংশৰ । একাংশই আজিও দৰিদ্ৰ আৰু অসহায় লোকক ধন সুদলৈ দি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় ।  

ইয়াৰ মাজতে চাবুৱা আৰক্ষীয়ে চলালে সুদখোৰৰ বিৰুদ্ধে অভিযান । ৰাইজৰ অভিযোগৰ ভিত্তিত মৰাণহাটৰ পৰা এটা সুদখোৰক আটক কৰে আৰক্ষীয়ে । আটকাধীন সুদখোৰটোৰ নাম সুভাষ তিব্ৰুৱাল । আৰক্ষীয়ে জনোৱা অনুসৰি এই সুদখোৰটোৱে বহুদিনৰ পৰা সুদৰ নামত বহু লোকক হাৰাশাস্তি কৰি আহিছিল । অৱশেষত একাংশ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত চাবুৱা আৰক্ষীয়ে মৰাণহাটৰ নিজগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সুভাষ তিব্ৰুৱাল নামৰ সুদখোৰটোক ।

লগতে পঢ়ক: ৰক্ষা নাই সুদখোৰৰ: গোলাঘাট আৰক্ষীৰ জালত কুখ্যাত সুদখোৰ পমি গুপ্তা - illegal money lender arrested

জখলাবন্ধাত সুদখোৰৰ সন্ত্ৰাস, অৱসৰপ্ৰাপ্ত শিক্ষকক হাৰাশাস্তি - Illegal Money Lender

গোলাঘাটত পোহৰলৈ আহিছে সুদখোৰে ভাবুকিৰে হোটেল দখলৰ কাহিনী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details