নগাঁৱত শীতল পানীয়ৰ বটলত ভেঁকুৰ - cold drinks

🎬 Watch Now: Feature Video

thumbnail
পানীয়ৰ বটলত ওলাইছে ভেঁকুৰ (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 10:10 AM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 17 মাৰ্চ : গ্ৰীষ্মৰ আগমনৰ লগে লগে বজাৰত এতিয়া উপলব্ধ হৈছে বিভিন্ন ধৰণৰ সুস্বাদু শীতল পানীয় । গৰমৰ পৰা সকাহ পোৱাৰ লগতে পিয়াহ নিৰাময়ৰ বাবে বিভিন্নজনে পান কৰে বজাৰত উপলব্ধ এই শীতল পানীয় । কিন্তু আপুনি জানেনে, আপোনাৰ শৰীৰটোৰ বাবে এই এই শীতল পানীয় কিমান সুৰক্ষিত ? নগাঁৱৰ বজাৰত বৰবিহৰ ৰূপত দেখা দিছে এই শীতল পানীয়ই । ষ্প্ৰাইট নামৰ শীতল পানীয়ৰ বটলত ওলাইছে ভেঁকুৰ ।

নগাঁও চহৰৰ পানীগাঁওস্থিত এখন দোকানৰ পৰা ক্ৰয় কৰা শীতল পানীয়ভৰ্তি বটলত পোৱা গ’ল ভেঁকুৰ । এই পানীয় খাই এজন গ্ৰাহকে তৎক্ষণাত বমি কৰাৰ লগতে অসুস্থ হৈ পৰে ৷ এই ঘটনাৰ পাচতে পোহৰলৈ আহে সকলো তথ্য । ইপিনে শীতল পানীয় যোগান ধৰা দোকানখনৰ স্বত্বাধিকাৰীয়ে খুচুৰা বিক্ৰেতাৰ ওপৰতে দোষ জাপি দায়সৰা মন্তব্য দিয়ে । স্বত্বাধিকাৰীৰ মতে বিক্ৰিৰ সময়ত খুচুৰা বিক্ৰেতাইহে শীতল পানীয়ৰ বটলসমূহ পৰীক্ষা কৰিব লাগে ।

লগতে পঢ়ক : বাল্যবিবাহত বাধা দিবলৈ যোৱা যুৱকক ছুৰীৰে আক্ৰমণ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details