এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে টীয়কৰ এজাগুৰীত - Free roaming of rhino - FREE ROAMING OF RHINO

🎬 Watch Now: Feature Video

thumbnail
এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 2:26 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, ৩ আগষ্ট : বানে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়ৰে পৰা নিৰাপদ স্থানৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্য জীৱ-জন্তু । কেতিয়াবা যদি বাঘৰ মুক্ত বিচৰণ আন কেতিয়াবা আকৌ বন্যহস্তীৰ । এইবাৰ টীয়কত এটা গঁড়ৰ মুক্ত বিচৰণ । টীয়কৰ এজাগুৰিত এটা গঁড়ে বিচৰণ কৰাক লৈ শংকিত হৈ পৰিছে । টীয়কৰ জাঁজী নৈ পৰীয়া এজাৰগুৰি সোণাৰীআটী অঞ্চলত শুকুৰবাৰে পুৱা এটা এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে ।  

বন বিভাগৰ লোক তথা প্ৰশাসনক খবৰ দিয়াৰ পাচতো এই পৰ্যন্ত কোনো উপস্থিত হোৱা নাই উক্ত অঞ্চলত । যাৰ ফলত খেতি পথাৰত কঠিয়া ৰুবলৈ, গৰু ম'হ মুকলি কৰিবলৈ ৰাইজ অসুবিধাত পৰিছে । ইপিনে দ' পথাৰত পানীৰ মাজত গঁড়টো বিচৰণ কৰি আছে যদিও পথাৰৰ চাৰিওফালে আৱাসিক অঞ্চল থকাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে ।

লগতে পঢ়ক: কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024

কাজিৰঙাৰ পদপথত শান্ত সমাহিত দুটা এশিঙীয়া; স্বচক্ষে প্ৰত্যক্ষ কৰি আনন্দিত বহিঃৰাজ্যৰ পৰ্যটক - Tourist In Kaziranga

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details