প্ৰকাণ্ড অজগৰৰ লগতে চল্লিশৰো অধিক কণী উদ্ধাৰ - Python Rescued - PYTHON RESCUED

🎬 Watch Now: Feature Video

thumbnail
প্ৰকাণ্ড অজগৰৰ লগতে চল্লিশৰো অধিক কণী উদ্ধাৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 19, 2024 at 10:39 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, 19 জুন : যোৰহাট গড়মূৰত এডাল প্ৰকাণ্ড অজগৰৰ লগতে চল্লিশটাৰো অধিক কণী উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে যোৰহাট পূৱ প্ৰান্তৰ গড়মূৰ নিৱাসী মহন দাসৰ ঘৰতে প্ৰকাণ্ড অজগৰৰ লগতে বৃহৎ পৰিমাণৰ কণী থকাৰ কথা পৰিয়াল লোক অৱগত হয় ৷ ইয়াৰ পিচতে ততাতৈয়াকৈ এই বিষয়ে যোৰহাট জিলা বন বিভাগক অৱগত কৰে পৰিয়ালটোৱে ৷  

পৰৱৰ্তী সময়ত ব্যক্তিজনৰ ঘৰত বন বিভাগৰ লোক উপস্থিত হোৱাৰ লগতে এই বিষয়ে প্ৰকৃতিপ্ৰেমী আৰু সৰ্পবন্ধু পাৰ্থ সাৰথি হাজৰিকাক অৱগত কৰে ৷ প্ৰকৃতিপ্ৰেমী পাৰ্থ সাৰথি হাজৰিকা আৰু বন বিভাগে যুটীয়াভাৱে এডাল প্ৰকাণ্ড অজগ সাপৰ লগতে চল্লিশটাৰো অধিক কণী উদ্ধাৰ কৰে ৷ ইতিমধ্যে বন বিভাগে অজগৰ আৰু কণীসমূহ উদ্ধাৰ কৰি ৰেচকিউ চেন্টাৰলৈ প্ৰেৰণ কৰিছে ৷  

লগতে পঢ়ক : মৰিয়নীত নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংক - Leopard Scare In Assam

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details