ভাৰতৰ নিৰ্বাচন আয়োগৰ সংবাদমেল LIVE - ELECTION COMMISSION OF INDIA

🎬 Watch Now: Feature Video

thumbnail
ভাৰতৰ নিৰ্বাচন আয়োগৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 15, 2024 at 3:36 PM IST

|

Updated : October 15, 2024 at 4:25 PM IST

1 Min Read
Choose ETV Bharat
ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ্থে দেশৰ নিৰ্বাচন আয়োগৰ সংবাদমেল ৷ এই সংবাদমেলতেই নিৰ্বাচন আয়োগে অসম বিধানসভাৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ দিল্লীৰ বিজ্ঞান ভৱনৰ প্ৰেক্ষাগৃহত এই সংবাদমেল সম্বোধন কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ডাঃ সন্ধুৱে ।চলিত বৰ্ষত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত অসমৰ পাঁচগৰাকী বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত খালী হৈ আছে তেওঁলোকৰ আসনকেইখন ৷ এই সমষ্টি কেইটা হৈছে- চামগুৰি (ৰকিবুল হুছেইন, কংগ্ৰেছ), বিহালী (ৰঞ্জিত দত্ত, বিজেপি), ধলাই (পৰিমল শুক্লবৈদ্য, বিজেপি), বঙাইগাঁও (ফণীভূষণ চৌধুৰী, অগপ) আৰু চিদলী (জয়ন্ত বসুমতাৰী, ইউপিপিএল) ৷ এই সমষ্টিকেইটাত চলিত বৰ্ষতেই উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ৷

Last Updated : October 15, 2024 at 4:25 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details