বেলতলাত জব্দ ১০ কোটি টকাৰ হেৰ'ইন, তিনিটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - HEROIN SEIZED IN ASSAM - HEROIN SEIZED IN ASSAM

🎬 Watch Now: Feature Video

thumbnail
তিনিটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ (undefined)

By ETV Bharat Assamese Team

Published : April 9, 2024 at 8:19 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৯ এপ্ৰিল : গুৱাহাটী মহানগৰীৰ বেলতলাত পুনৰ এছটিএফে অভিযান চলাই তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত তিনি সৰবৰাহকাৰী তিনিটা হৈছে ডিগবৈৰ সুমন তালুকদাৰ, ওদালগুৰিৰ আদুলুমি গৈয়াৰী অৰু চিলাপথাৰৰ নাৰ্ছিং বসুমতাৰী । সৰবৰাহকাৰী তিনিটাৰ পৰা জব্দ কৰা হয় ১০ কোটি টকাৰ হেৰ'ইন ।

মঙলবাৰে দিনৰ ভাগত বেলতলাৰ ৰূপকোঁৱৰ পথত এছটিএফ বিষয়া কপিল পাঠকৰ নেতৃত্বত এটা দলে অভিযান চলাই তিনিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে ১০ কোটি মূল্য়ৰ এক কিলোগ্ৰাম হেৰ'ইন, তিনিটা ম'বাইল ফোন আৰু নগদ ধন জব্দ কৰে । উল্লেখ্য যে বিগত কেইটামান দিনৰ ভিতৰতে এছটিএফে চলোৱা অভিযানত মহানগৰীৰ বিভিন্ন স্থানৰ পৰা বহু পৰিমাণে জব্দ কৰে নিচাজাতীয় নিষিদ্ধ সামগ্ৰী ।  

লগতে পঢ়ক:কাছাৰত জব্দ 200 কোটি টকাৰ হেৰ’ইন - HEROIN SEIZED IN ASSAM

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details