দৰং-ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়াৰ আশাৰ ৰেঙণি - Lok Sabha Election Results 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
দৰং-ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়াৰ আশাৰ ৰেঙণী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 4:15 PM IST

1 Min Read
Choose ETV Bharat

দৰং,৪ জুন: পুৱাৰে পৰা দেশৰ প্ৰতিখন জিলাৰে ভোটগণনা কেন্দ্ৰত অব্যাহত আছে ভোটগণনা প্ৰক্ৰিয়া । কোনো সমষ্টিত যদি তীব্ৰ প্ৰতিদ্বন্দ্বিতা আন কোনো সমষ্টিত বিজেপিৰ অগ্ৰগতি । দৰং-ওদালগুৰি লোকসভা সমষ্টিটো চলি আছে ভোটগণনা । সমষ্টিটোত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ ব্যাপক অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে । ৮৮,০৩৯ টা ভোটত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই অগ্ৰগতি লাভ কৰে ।  

ইফালে কংগ্ৰেছে ১,৫৬,৫৩১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলে লাভ কৰে ২,৪৪,৫৭০ টা ভোট ।  ফলাফলৰ অগ্ৰগতিত সুখী বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া । আশা কৰা ধৰণে ফলাফল লাভ কৰা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে শইকীয়াই । শেহতীয়া তথ্য অনুসৰি দৰং ওদালগুৰিৰ ১১ টা বিধানসভা সমষ্টিৰ ১০ টাতে বিজেপি দল আগবাঢ়ি আছে । কেৱল সংখ্যালঘুপ্ৰধান দলগাঁও সমষ্টিত কংগ্ৰেছ দল আগবাঢ়ি আছে বুলি উল্লেখ কৰে শইকীয়াই ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

লগতে পঢ়ক: মৰিগাঁৱত কংগ্ৰেছক পিচ পেলাই বিজেপিৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

এতিয়াও জয়ৰ আশা এৰা নাই ৰ'জলীনা তিৰ্কীয়ে - LOK SABHA ELECTION RESULTS 2024

উখল-মাখল বিজেপি কাৰ্যালয়: এফালে নাম-প্ৰসংগ, আনফালে ভোজৰ প্ৰস্তুতি - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details