মন থাকিলে সকলো সম্ভৱ: ক'লে লাভলীনা বৰগোঁহায়ে - LOVLINA BORGOHAIN

🎬 Watch Now: Feature Video

thumbnail
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাভলীনা বৰগোঁহাই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 9, 2024 at 9:30 PM IST

1 Min Read
Choose ETV Bharat

ধেমাজি: ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অলিম্পিয়ান বক্সাৰ, অৰ্জুন বঁটাপ্ৰাপক অসমকন্যা লাভলীনা বৰগোঁহাই । ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী উপলক্ষে শনিবাৰে ক্ৰীড়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰে লাভলীনা বৰগোঁহাইয়ে । উক্ত অনুষ্ঠান মুকলি কৰি তেওঁ কয়,"ক্ৰীড়াক্ষেত্ৰলৈ আহিলে বহুত কঠিন সময়ৰ মুখামুখি হ’ব লাগে । বহুত নিয়মানুৱৰ্তিতা মানি চলিবলগীয়া হয় । তাৰ পিছতো হৰা-জিকা থাকে । হাৰিলে পুনৰ প্ৰথমৰ পৰাই আৰম্ভ কৰিবলগীয়া হয় ।"

তেওঁ লগতে কয়, "আমাক দেখি প্ৰেৰণা লাভ কৰি ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি আহিলে তেওঁলোকৰ ভাল হ'ব । আমাক সৰুতে শিকাই দিয়ে যে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি । এনেধৰণৰ অসমীয়াত বহুত ফকৰা-যোজনা আছে । আচলতে মন থাকিলে সেইবোৰ প্ৰবচন প্ৰযোজ্য নহয় ।"

লগতে পঢ়ক: ডিব্ৰুগড় বিমানবন্দৰত ঢোলে-ঢগৰে আদৰণি লাভলীনা বৰগোহাঁইক

মটৰচাইকেলেৰে‌ লেহ-লাডাখ ভ্ৰমণ লাভলীনা বৰগোঁহাইৰ - Lovlina Borgohain visits Ladakh

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details