এগজিট প'ল ভুল প্ৰমাণিত কৰিব নিৰ্বাচনী ফলাফলে: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election Results 2024 - প্ৰদ্যুৎ বৰদলৈ

🎬 Watch Now: Feature Video

thumbnail
প্ৰদ্যুৎ বৰদলৈৰ ভাষ্য (etv bharat assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 4:17 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 4 জুন : আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন জিলাত ভোটগণনা প্ৰক্ৰিয়া চলি আছে । পুৱা 8 বজাৰ পৰা আৰম্ভ হয় এই ভোটগণনাৰ প্ৰক্ৰিয়া ৷ প্ৰতিটো দলৰে প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি তেওঁলোকৰ কৌতুহল ব্যক্ত কৰিছে ৷ দেশৰ জনসাধাৰণে অধীৰভাৱে অপেক্ষা কৰি আছে নিৰ্বাচনৰ ফলাফললৈ ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক- https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

এই নিৰ্বাচনী ফলাফলক লৈ যথেষ্ট আশাবাদী নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ । নগাঁৱৰ লগতে ধুবুৰী আৰু যোৰহাটত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলিও দাবী কৰে প্ৰদ্যুৎ বৰদলৈয়ে । ভোটগণনা চলি থকাৰ মাজতে ই টি ভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত দেশৰ অধিকাংশ সংবাদ মাধ্যমেই বিজেপিৰ পক্ষত এগজিট প'ল দিয়া বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । 

লগতে পঢ়ক : বহুত সোনকালে ৰকিবুলৰ গাড়ীৰ তেল শেষ হ’ব : বদৰুদ্দিন আজমল - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details