বিশ্বনাথত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ LIVE - PANCHAYAT ELECTION 2025

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : April 28, 2025 at 12:49 PM IST

Updated : April 28, 2025 at 1:16 PM IST

1 Min Read
পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া প্ৰচাৰ অভিযান ব্যস্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাই আজি অৰ্থাৎ মঙলবাৰে বিশ্বনাথত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী শৰ্মাই ৷ আজি বিশ্বনাথৰ ১২ খনকৈ জিলাৰ পৰিষদৰ সদস্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী শৰ্মাই ৷ বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ খেলপথাৰৰ আয়োজিত বিজয় সংকল্প সমাৱেশ শীৰ্ষক নিৰ্বাচনী সভাত প্ৰথমে উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷ সভত ভাষণ প্ৰদান কৰি জনতাত উদ্দেশ্যি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আপোনালোকৰ জ্ঞাত আমি অসমৰ প্ৰতিটো সমষ্টিৰ উন্নয়নৰ হকে কিদৰে কৰ্মযজ্ঞত জড়িত হৈছোঁ৷ বিশ্বনাথবাসীৰ মুখত আজি যি হাঁহি দেখিছোঁ, সেয়া কোনো কালে আমি ম্লান হ'বলৈ নিদিওঁ৷ বৰং ইয়াৰ বিস্তৃতি আৰু অধিক কৰিবলৈহে আমি সকলোৱে মিলি কাম কৰি যাম ৷"
Last Updated : April 28, 2025 at 1:16 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.