কিন্নৰ-যুৱকৰ তয়াময়া ৰণ: বাহনে মহতিয়াই থৈ গ'ল এজনক - Transgender fight - TRANSGENDER FIGHT

🎬 Watch Now: Feature Video

thumbnail
কিন্নৰ আৰু যুৱকৰ তয়াময়া ৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 9:20 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী,৩ আগষ্ট: নিশাৰ মহানগৰীৰ ৰাজপথত ভয়ংকৰ ঘটনা । প্ৰথমে কেইগৰাকীমান লোকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা । মাৰপিটৰ মাজতেই তীব্ৰবেগী বাহনে মহটিয়াই থৈ গ'ল এজনক । শুকুৰবাৰে নিশা মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছে এই ঘটনা । এই সমগ্ৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পিচতেই নিশাৰ মহানগৰীৰৰ প্ৰকৃত স্বৰূপটো পোহৰলৈ আহিছে । এই কাজিয়া এদল কিন্নৰ আৰু যুৱকৰ মাজত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে যদিও এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ হাতত কোনো তথ্য নাই বুলি দিছপুৰ আৰক্ষীৰ যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰিছে ।  

উল্লেখ্য যে, স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত নিশাৰ ৰাজপথত এনে দৃশ্য বৰ্তমান সুলভ হৈ পৰিছে । বিভিন্ন সময়ত নিশাৰ মহানগৰীৰ ৰাজপথত যুৱক-যুৱতীৰ কুৰুক্ষেত্ৰ ৰণ সংঘটিত হয় । প্ৰতিদিনে মহানগৰীত বৃদ্ধি পাইছে এনে ঘটনা । নিশা হ'লে প্ৰতিদিনে একাংশ উদণ্ড যুৱক-যুৱতীয়ে সুৰাৰ ৰাগীত মাতাল হৈ কাজিয়া, মাৰপিটত লিপ্ত হয় যদিও এই কাৰ্য ৰোধৰ বাবে আৰক্ষী প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: মাতাল মহানগৰী : আৰক্ষী জোৱানক ম'বিল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা - Crime in Guwahati

ধনৰ ভাগ বাটোৱাৰাক লৈ কিন্নৰৰ মাজত সংঘাত - Transgender fight

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details