ৰঙালীক আদৰাৰ প্ৰস্তুতি : মৰিয়নীত বিহু নাচ-ঢোলবাদনৰ কৰ্মশালা - Rongali Bihu - BOHAG BIHU

🎬 Watch Now: Feature Video

thumbnail
বিহু নাচৰ কৰ্মশালা (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:25 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, 29 মাৰ্চ : 2024 ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ লুইতৰ দুয়োপাৰে চলিছে অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ইয়াকে কেন্দ্ৰ কৰি মৰিয়নীৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা ৷

মৰিয়নী নকছাৰী গমধৰ বিহু দলৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বিহুনাচৰ কৰ্মশালা ৷ নকছাৰী গমধৰ বিহু দলৰ উদ্যোগত দহ দিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মাশালাত অংশগ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় দুই শতাধিক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে ৷ নকছাৰী 16 নং উত্তৰ পূৱ পঞ্চায়তৰ প্ৰাংগনত অনুষ্ঠিত কৰা এই কৰ্মশালাৰ আখৰাত মুখ্য প্ৰশিক্ষাৰ্থী লতাশিল বিহু সম্ৰাজ্ঞী শব্দাতী কলিতাই দুই শতাধিক ন শিকাৰুক প্ৰশিক্ষণ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত বিহুক উপস্থাপনৰ প্ৰয়াস: গোলাঘাটত প্ৰশিক্ষণ - Rongali Bihu

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details