জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন LIVE - Jagiroad Tata Semiconductor Project - JAGIROAD TATA SEMICONDUCTOR PROJECT

🎬 Watch Now: Feature Video

thumbnail
জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 12:42 PM IST

|

Updated : August 3, 2024 at 1:59 PM IST

1 Min Read
Choose ETV Bharat
পুনৰ প্ৰাণ পাব উদ্যোগনগৰী জাগীৰোডে ৷ আৰম্ভ হ’ল মৰিগাঁও জিলাৰ জাগীৰোডত টাটা কোম্পানীৰ প্ৰথমটো টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন ৷ প্ৰকল্পৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰন আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত আছে এই ভূমি পূজন কাৰ্যসূচীত ৷ মুঠ প্ৰকল্প ব্যয় ধাৰ্য কৰা হৈছে 27000 কোটি টকা ৷ এই বৃহৎ ছেমিকণ্ডাক্টৰ প্ৰকল্পটোৱে 27000 লোকৰ প্ৰত্যক্ষ-প্ৰৰোক্ষ নিয়োগৰ সম্ভাৱনা কঢ়িয়াই আনিব বুলি দাবী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ দৈনিক 48 মিলিয়ন চিপ উৎপাদনৰ সামৰ্থযুক্ত হ’ব প্ৰকল্পটো । ৰাজ্যত বিকাশ-উন্নয়নৰ যাত্ৰাত এই অভিলাষী টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে । মুঠ ১৭০ একৰতকৈ অধিক ভূমি সামৰি লৈছে এই প্ৰকল্পই ৷

Last Updated : August 3, 2024 at 1:59 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details