বহুত সোনকালে ৰকিবুলৰ গাড়ীৰ তেল শেষ হ’ব : বদৰুদ্দিন আজমল - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS 2024

🎬 Watch Now: Feature Video

thumbnail
সাংসদ বদৰুদ্দিন আজমলৰ ভাষ্য (etv bharat assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 1:45 PM IST

1 Min Read
Choose ETV Bharat

গোৱালপাৰা, 4 জুন : সন্ধিয়ালৈ ভাগ্য নিৰ্ণয় হ’ব বহু ৰথী-মহাৰথীৰ ৷ দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰা তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চলি আছে ভোটগণনা ৷ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মাজৰ কিছু সংখ্যক উপস্থিত হৈছে ভোটগণনা কেন্দ্ৰসমূহত ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক-  https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

গোৱালপাৰা জিলা আয়ুক্ত ভোটগণনা কেন্দ্ৰত উপস্থিত হয় ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল । আজমলে সাংবাদিকৰ আগত ধুবুৰীত তেওঁ নিশ্চিতভাৱে জয় লাভ কৰিব বুলি মন্তব্য কৰে । তেওঁ লগতে উল্লেখ কৰে যে এইবেলি ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে AIUDF দলক ভোট দিছে । কিন্তু ঠাই বিশেষে কংগ্ৰেছে AIUDF ত কৈ আগবাঢ়ি আছে । কিন্তু এইটো নহয় যে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ জিকিব । ধুবুৰীত কেৱল AIUDF দল জিকিব বুলি দাবী কৰে তেওঁ । উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিত নৱম ৰাউণ্ডলৈকে AIUDF দলতকৈ কংগ্ৰেছৰ ৰকিবুল হুছেইন ৩১০৮৭ টা ভোটত আগবাঢ়ি আছে ।

লগতে পঢ়ক : নিৰ্বাচনৰ ফলাফলক লৈ কিমান আশাবাদী অসমৰ প্ৰাৰ্থীসকল - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details