গংগাত এশবাৰ স্নান কৰিলেও কংগ্ৰেছৰ পাপ মোচন নহয়: অতুল বৰা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video

Published : April 11, 2024 at 7:30 PM IST
ধেমাজি, ১১ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান ৷ বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অগপয়ো পৃথকে পৃথকে চলাইছে নিৰ্বাচনী প্ৰচাৰ । বৃহস্পতিবাৰে বিয়লি ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ অধীনৰ ধেমাজি বিধান পৰিষদৰ অন্তৰ্গত নৰোৱাথান গাঁও পঞ্চায়তত নৰোৱাথান কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই । মিত্ৰজোঁটৰ হৈ বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱা হৈ প্ৰচাৰ চলায় অগপৰ সভাপতিগৰাকীয়ে ।
সভাত অংশগ্ৰহণ কৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ ইয়াৰ পাচতে গংগাত এশবাৰ স্নান কৰিলেও কংগ্ৰেছৰ পাপ মোচন নহয় বুলি সংবাদ মাধ্যমৰ আগত কটাক্ষ কৰে ৷ লগতে এন ডি এই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ভূপেন বৰাৰ কথাত ৰাইজৰ লগতে তেওঁলোকেও আমোদ পায় বুলি কয় অতুল বৰাই ।
লগতে পঢ়ক: কংগ্ৰেছৰ সংবাদমাধ্যক বৰ্জন সাংঘাতিক অপৰিপক্ক, আত্মঘাতী সিদ্ধান্ত: অতুল বৰা - Lok sabha election 2024