এতিয়াৰ পৰা খাৰঘুলি হ’ব জুবিনৰ স্থায়ী ঠিকনা - SINGER ZUBEEN GARG

🎬 Watch Now: Feature Video

thumbnail
জুবিনৰ সংগীতানুষ্ঠান (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : October 19, 2024 at 2:22 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী : সলনি হ’ব সংগীতশিল্পী জুবিন গাৰ্গৰ স্থায়ী ঠিকনা । গুৱাহাটীৰ কাহিলীপাৰাৰ ফ্লেটৰ পৰিৱৰ্তে খাৰঘুলিত স্থায়ীভাৱে বসবাস কৰিব জুবিন গাৰ্গে । জুবিনে খাৰঘুলিত বাসগৃহ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ৷ 

শুকুৰবাৰে নিশা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে এক অনুষ্ঠানত এই কথা মুকলিকৈ প্ৰকাশ কৰে ৷ বোন্দা চপাইদাঙৰ এক সংগীতানুষ্ঠানত দৰ্শকক উদ্দেশ্যি এই মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ।

মহানগৰীৰ বোন্দা চপাইদাং লক্ষ্মী পূজাৰ সোণালী জয়ন্তী বর্ষৰ অনুষ্ঠানলৈ জুবিন গাৰ্গক বিশিষ্ট শিল্পী হিচাপে আমন্ত্ৰণ জনোৱা হয় ৷ এটাৰ পিছত আনটো জনপ্ৰিয় অসমীয়া আৰু হিন্দী গীত পৰিৱেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে জুবিনে । জনপ্রিয় সংগীত শিল্পীগৰাকীৰ গীত শুনিবলৈ অগণন অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : দৰ্শকে ছবিখন চাই ভাল পোৱা বুলি কৈছে: হিমাংশু প্ৰসাদ দাস

ABOUT THE AUTHOR

With a dedicated team of entertainment reporters in all the state capitals, ETV Bharat brings out the latest trends from fashion and entertainment. ETV Bharat also has a team of specialised experts who exclusively write for the portal. It brings you stories from the silver screen to the mobile screen. It will be your last stop for all your entertainment stories....view details