গুৱাহাটীৰ খানাপাৰাত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান LIVE - REPUBLIC DAY 2025

🎬 Watch Now: Feature Video

thumbnail
গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান LIVE (DIPR Assam's Youtube)

By ETV Bharat Assamese Team

Published : January 26, 2025 at 9:09 AM IST

|

Updated : January 26, 2025 at 9:32 AM IST

1 Min Read
Choose ETV Bharat
সমগ্ৰ দেশৰ লগতে আজি অসমতো উলহ-মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে । গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে । অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে ৰাজ্যবাসীক উদ্দেশি ভাষণ আগবঢ়ায় । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপালে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰিব । অনুষ্ঠানত আৰক্ষী, এন চি চি আদিৰ কুচ-কাবাজৰ লগতে অসমৰ বাৰেবৰণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব । এইবাৰ প্ৰথম বাৰৰ বাবে গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ বিপৰীতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত উপস্থিত থাকি পতাকা উন্মোচন কৰিব । ইতিমধ্যে গণৰাজ্য দিৱসৰ বাবে খানাপাৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । ইফালে সমগ্ৰ গুৱাহাটী মহানগৰীতে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় । খানাপাৰাৰ পৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ...

Last Updated : January 26, 2025 at 9:32 AM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details