ডিফু ভ্ৰমণ বিধানসভাৰ ষ্টেণ্ডিং কমিটী অৱ্ ডেভেলপমেণ্টৰ - গোবিন্দ বসুমতাৰী

🎬 Watch Now: Feature Video

thumbnail
গোবিন্দ বসুমতাৰী (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 9:57 PM IST

1 Min Read
Choose ETV Bharat

ডিফু, ২৮ ফেব্ৰুৱাৰী :  অসম বিধানসভাৰ ষ্টেণ্ডিং কমিটী অৱ্ ডেভলপমেণ্টয়ে বুধবাৰে ডিফুত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ পানী, হালধি, আদা, মিঠাতেল, চৰৱত আদি প্ৰস্তুত কৰা প্ৰকল্প পৰিদৰ্শন কৰে ৷  বিধায়কৰ দলটোৱে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামৰ প্ৰকল্পসমূহৰ বিষয়ে বিষয়াসকলৰ লগত আলোচনা কৰি প্ৰকল্পসমূহৰ কামৰ বুজ লয় ৷ 

সমিতিখনৰ অধ্যক্ষ বিধায়ক গোবিন্দ বসুমতাৰীয়ে অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ প্ৰকল্প পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে ৷ ৰাজ্যখনৰ কেৱল কাৰ্বি আংলং জিলাতে এনে চৰকাৰী উৎপাদনশীল প্ৰকল্প ভালদৰে চলি আছে বুলি কৈ তেওঁ প্ৰকল্পসমূহৰ বাবে আৰু কিছু চৰকাৰী সাহাৰ্যৰ প্ৰয়োজন আছে বুলি তেওঁ কয় ৷ সমিতিয়ে এই সন্দৰ্ভত অনুমোদন দিব বুলি মন্তব্য কৰি কয় যে ষষ্ঠ অনুসুচীৰ অধীনৰ এই জিলা দুখনৰ উন্নয়নমূলক কামসমূহ স্বায়ত্ত্বশাসিত পৰিষদে চোৱাচিতা কৰে ৷ 

লগতে পঢ়ক : প্রার্থী বাচনি সন্দৰ্ভত দলীয় আলোচনাত বহিল মন্ত্ৰী ৰণোজ পেগু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details