অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ তৃতীয় দিন LIVE - ASSAM ASSEMBLY AUTUMN SESSION - ASSAM ASSEMBLY AUTUMN SESSION

🎬 Watch Now: Feature Video

thumbnail
অসম বিধানসভা (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : August 28, 2024 at 9:33 AM IST

|

Updated : August 28, 2024 at 2:51 PM IST

1 Min Read
Choose ETV Bharat
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি তৃতীয় দিন । পঞ্চদশ অসম বিধানসভাৰ ২০২৪ বৰ্ষৰ শৰৎকালীন অধিৱেশনৰ দিনটোৰ কাৰ্যসূচী অনুসৰি আজি তৃতীয় দিনৰ কাৰ্যসূচীত আছে প্ৰশ্নসমূহ, ২০২৪-২০২৫ বৰ্ষৰ পৰিপূৰক মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান ৷ তদুপৰি আছে ২০২৪-২৫ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰত ভোটদান, ২০২৪ চনৰ অসম বিনিয়োজন (নং ৩) বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ৷ অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথমদিনা স্মাৰ্ট মিটাৰক লৈ সদনৰ মজিয়া উত্তাল হৈ পৰে । আনহাতে মঙলবাৰে দ্বিতীয় দিনা হিন্দু-মুছলমানৰ প্ৰসংগক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল সদনৰ মজিয়া । পঞ্চদশ অসম বিধানসভাৰ ২০২৪ বৰ্ষৰ শৰৎকালীন অধিবেশন ৩০ আগষ্টত সামৰণি পৰিব ।

Last Updated : August 28, 2024 at 2:51 PM IST

ABOUT THE AUTHOR

...view details