গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: মৃতকৰ পৰিয়ালক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ - Goalpara Boat Accident - GOALPARA BOAT ACCIDENT

🎬 Watch Now: Feature Video

thumbnail
গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: মৃতকৰ পৰিয়ালক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 3:34 PM IST

1 Min Read
Choose ETV Bharat

গোৱালপাৰা, 13 জুলাই: গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলাত সংঘটিত মৰ্মান্তিক নৌকা দুৰ্ঘটনাত মৃত্যু হোৱা মৃতকৰ পৰিয়ালক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ । বৃহস্পতিবাৰে শিমলীতোলাত মৃতদেহ সৎকাৰ কৰি ওভতাৰ পথতে এক শোকাৱহ নাও দুৰ্ঘটনাত মৃত্যু ঘটিছিল পাঁচজনকৈ লোকৰ । ইয়াৰ তিনিজনৰ ঘৰ শিমলীতোলা আৰু দুজনৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে ।

শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছৰ 8 গৰাকী বিধায়ক উপস্থিত হয় শিমলীতোলাস্থিত মৃতকৰ বাসগৃহত । ভুক্তভোগী পৰিয়ালকেইটাক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে 9 জনীয়া কংগ্ৰেছী নেতা-বিধায়কৰ দলটোৱে । 

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দুৰ্ভগীয়া পৰিয়ালকেইটাক সংস্থাপন প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰাৰ লগতে মটৰ পৰিবহণৰ ক্ষেত্ৰত থকাৰ দৰে নৌকা চলাচলৰ ক্ষেত্ৰতো আইন প্ৰণয়ন কৰিব লাগে বুলি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী তোলে ।

লগতে পঢ়ক: গোৱালপাৰাৰ নাও দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৪ লাখকৈ সাহাৰ্য মুখ্যমন্ত্ৰীৰ - Goalpara Boat accident

গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: পুৱা উদ্ধাৰ গৌৰাংগ মালাকৰৰ মৃতদেহ; সন্ধান নাই উদয়ৰ - Boat Accident in Goalpara

বানৰ মাজতে গোৱালপাৰাত মৰ্মান্তিক ঘটনা : নাও ডুবি নিহত কমেও ৩, সন্ধানহীন কেইবাজনো - Boat Accident at Goalpara

অৱশেষত উদ্ধাৰ হ’ল কুজীয়া নৈত পৰি নিখোজ হোৱা জুনমণি ৰাভাৰ মৃতদেহ - Teenager Drown In kujia river

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details