কাজিৰঙা বিশ্ববিদ্যালয়ৰে জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বুজাবুজি চুক্তি সম্পন্ন - Kaziranga University - KAZIRANGA UNIVERSITY

🎬 Watch Now: Feature Video

thumbnail
কাজিৰঙা বিশ্ববিদ্যালয়ৰে জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বুজাবুজি চুক্তি সম্পন্ন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 10:56 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, ৩ আগষ্ট: যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয় আৰু জাৰ্মানীৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ মাজত শনিবাৰে এক বুজাবুজি চুক্তি সম্পন্ন হয় । জাৰ্মানীৰ ৰিউটলিংগেন বিশ্ববিদ্যালয় আৰু জাৰ্মান ভাৰ্চিটিৰ লগত কাজিৰঙা বিশ্ববিদ্যালয়ৰ সম্পন্ন হয় এই বুজাবুজি চুক্তিখন । জাৰ্মানীৰ ৰিউটলিংগেন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই প্ৰসংগত কয়," উক্ত চুক্তিৰ পৰা কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়নৰত আৰু ডিগ্ৰী গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিকভাৱে উপকৃত হোৱাৰ লগতে জাৰ্মানীত দুবছৰৰ বাবে চাকৰি কৰাৰ এক সোণালী সুযোগ লাভ কৰিব ।"

প্ৰতিভাবান তথা কৃতি ছাত্ৰ-ছাত্ৰীসকলে ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙত মাষ্টাৰ ডিগ্ৰী কৰাৰ সুবিধা লাভ কৰিব আৰু জাৰ্মানীৰ আগশাৰীৰ অট'ম'বাইল কোম্পানীত দুবছৰৰ বাবে চাকৰি কৰাৰ অভিজ্ঞতা লৈ বিশ্বৰ যি কোনো স্থানত চাকৰিৰ বাবে নিজকে সাজু কৰিব পাৰিব ।

লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিলে নাকৰ এ+ গ্ৰেড - Gauhati University

তেজপুৰ বিশ্ববিদ্যালয়ত অচিৰেই স্থাপন হ'ব ধৰ্মীয় শিক্ষা গৱেষণা কেন্দ্ৰ - CENTRE FOR RELIGIOUS STUDIES

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details